সতীৰ্থ

জীৱনৰ ৰঙচঙীয়া বাট

আমি একোজন পথিক

জ্ঞানবৃক্ষৰ ছাঁত জিৰাব বিচাৰি

সমবেত হও, এৰাএৰি হও

সময় গৈ থাকে, আমিও গৈ থাকো

সময়ৰ বালিচৰত দিয়া খোজ

বতাহে উৰুৱাই নিয়ে

খোজৰ চিন মাথোঁ স্মৃতি হৈ ৰয়

‘সতীৰ্থ’ ই হয়তো সেই খোজক

কেতিয়াবা পোহৰাই পেলাব

অলপ উভতি চোৱাৰ সুবিধা দিব

সেই প্ৰত্যাশাৰে–

‘সতীৰ্থ’ অসমীয়া বিভাগৰ এক বিনম্ৰ প্ৰয়াস

আহক, অলপ উমান লওক

আমাৰ হৃদয়ৰ কন্ঠধ্বনি…

— অসমীয়া বিভাগ, মাধৱদেৱ মহাবিদ্যালয়

Leave a Reply

Your email address will not be published. Required fields are marked *