সতীৰ্থ - অসমীয়া সাহিত্য অসমীয়া ভাষাৰ এক ই-প্ৰয়াস

Contact us

সতীৰ্থ – অসমীয়া ভাষাৰ প্ৰত্যেকটো আখৰ-শব্দ – সাহিত্য, কথাশিল্প, চিন্তাশিল্প, ছন্দশিল্প, নিৱন্ধ, প্ৰবন্ধ, অনুভৱ আদিৰ মাধ্যমেৰে ইন্টাৰনেটৰ জগতখনত সংৰক্ষণ কৰাৰ লগতে সকলো ন-পুৰণি লেখক-লেখিকাৰ সৃষ্টিৰাজিক উচিত স্বীকৃতি দিয়াৰ এক প্ৰয়াস। ইচ্ছুক লেখক-লেখিকাই [email protected] ই-মেইল যোগে সতীৰ্থলৈ প্ৰকাশৰ বাবে লিখনি পঠিয়াব পাৰে।

লিখনিৰ লগত লেখকৰ নাম, ই-মেইল ঠিকনা, ফোন নম্বৰ, আৰু এখন আলোকচিত্ৰ দিব লাগিব।

লিখনি সমূহ ইউনিকোড ফণ্ট ব্যৱহাৰ কৰি মোবাইল বা কম্পিউটাৰত টাইপ কৰি – মাইক্ৰচফট ৱৰ্ড ফৰ্মেট বা টেক্সট ফৰ্মেটত আমালৈ ই-মেইল যোগে প্ৰেৰণ কৰিব লাগিব। ইউনিক’ডত অসমীয়া লিখাৰ বাবে – লাচিত, ৰ’দালি, শব্দ আদি লিখন সঁজুলি ব্যৱহাৰ কৰিব পাৰে।


[contact-form-7 id=”1643″ title=”Contact form 1″]

error: Content is protected !!