Home কথাশিল্প বৰ্তমান সমাজত নাৰীৰ দায়িত্ব কৰ্তব্য

বৰ্তমান সমাজত নাৰীৰ দায়িত্ব কৰ্তব্য

by admin
0 comment
satirtha image-24

বিনন্দীয়া পৃথিক্টীত বাস কৰা জীক্টৰ ভিতৰত মানুহ নামৰ জীক্টবিধেই দাবী কৰে আমি শ্ৰেষ্ঠ জীক্ট। অতীজৰ পৰা মানুহৰ চিন্তাধাৰা বিচাৰ বুদ্ধিয়েই সকলো জীক্টতকৈ শ্ৰেষ্ঠ বুলি ›মাণিত হৈ আহিছে। তেনে মানক্ট জীক্টনত আমি সমাজত ঘটি থকা বিশৃংখল বিকৃত ঘটনাবোৰক লৈ ›ায়ে কিয় অপমানিত অনুভক্ট কৰিবলগীয়াত পৰো· দৈনন্দিন সমাজত ঘটি থকা যিবিলাক অ›ীতিকৰ দুৰ্ঘটনা আমি দেখিবলৈ-শুনিবলৈ পাওঁ তাত এচাম ব্যক্তিয়ে মহিলাক পণ্য সাম¢ীৰ দৰে ব্যক্টহাৰ কৰি আহিছে। ই মানুহৰ আকৃতি ধাৰণ কৰি পশুৰ ›কৃতিৰ ব্যক্টহাৰ কৰে। নাৰীৰ ›তি অসৎ ব্যক্টহাৰ কৰা পুৰুষৰ এনে দৃষ্টিভংগীৰ বাবেই আজিৰ সমাজত এনে অশান্তিৰ সৃষ্টি হৈছে।

          নাৰীৰ ওপৰত চলা নিৰ্যাতনেই সাম্প্ৰতিক সময়ৰ আটাইতকৈ ›ত্যাহ্বানকাৰী এটা সামাজিক সমস্যাৰূপে থিয় দিছে। তাৰ ›তিকাৰৰ বাবে সমাজ জীক্টনৰ আংশীদাৰৰূপে ›তিগৰাকী মহিলাৰ দায়িত্ব আৰু কৰ্তব্য আছে, কাৰণ বিভিন্ন ৰূপত নাৰী নিৰ্যাতন চলি আছে, আনকি এই নিৰ্যাতনৰ পৰা কন্যাশিশুও বাদ পৰা নাই। কন্যা শিশুৰ ওপৰত হোক্টা যৌন নিৰ্যাতন ৰোধ কৰাৰ ক্ষমতা কেক্টল মহিলাৰহে আছে আৰু সেই মহিলাগৰাকী হয় মাক বা মাতৃস্থানীয় যিকোনো মহিলা। ষোল্ল বছৰৰ তলৰ কন্যা সন্তানক শিক্ষা যিমান জৰুৰী যৌন সুৰক্ষা দিয়া তাতোকৈও জৰুৰী। তেতিয়াহে কন্যাশিশু যৌন নিৰ্যাতনৰ পৰা সুৰক্ষিত হক্সব।

          আজিকালি ›ায়বিলাক সাংস্কৃতিক অনুষ্ঠানতেই অপৈণত কিশোৰী বা নাবালিকাই ৰুচি ব্বিৰ্জিত সাজপাৰ পৰিধান কৰা দেখিবলৈ পোক্টা যায়। এনেধৰণৰ সাজপাৰ এখন সমাজৰ চূড়ান্ত অধঃপতনৰ চৰিত্ৰকে ›তিফলন কৰে। গতিকে যিকোনো সামাজিক সাংস্কৃতিক অনুষ্ঠানত কিশোৰীসকলৰ সাজপাৰ ৰুচিসন্মত হৈছে নে নাই তাৰ ›তি অক্টশ্যেই মাতৃ বা মাতৃস্থানীয় মহিলাসকলেই তদাৰক কৰিব লাগিব। কাৰণ ৰুচি বিগৰ্হিত সাজপাৰে পুৰুষক নাৰীৰ ›তি অশালীন আচৰণৰ বাবে ›লুব্ধ কৰিব পাৰে। শালীনতাবৰ্জিত সাজপাৰ আৰু আচৰণ, কুৰুচিপূৰ্ণ মন্তব্য আৰু যৌন নিৰ্যাতনৰ কাৰণো হক্সব পাৰে। গতিকে মহিলাসকলে সদায় নিজৰ কন্যা বা অন্য কিশোৰীসকলৰ সাজপাৰ যাতে সুৰুচিপূৰ্ণ হয় তাৰ ›তি চকু ৰাখিব লাগে।

          ›তিগৰাকী নাৰীৰ মনবোৰ দৃঢ় আৰু বহল তথা মমতাৰে পৰিপূৰ্ণ হক্সব লাগে। এগৰাকী কন্যাক এজন ভাল লক্সৰাৰ লগত বিয়া দিয়াতকৈও কেনেকৈ শিক্ষা-দীক্ষাৰে এগৰাকী স্ব-নিৰ্ভৰশীল ছোক্টালী কৰি তুলিব পাৰি তাৰ ওপৰতহে বেছি গুৰুত্ব ›দান কৰিব লাগে। নাৰীক যাতে নগ্নসদৃশ দৃশ্যত কোনো বিজ্ঞাপনত মুকলি কৰি পণ্যদ্ৰব্যত পৰিণত নকৰে তাৰ বাবে ›ত্যেকগৰাকী নাৰী নিজেই অধিক সচেতন হোক্টাতো অত্যন্ত জৰুৰী। আজিৰ সমাজত যৌন উৎপীড়নৰ ঘটনা অত্যন্তভাক্টে বৃদ্ধি হোক্টতো বহুতো নাৰী কম-বেছি পৰিমাণে জগৰীয়া, কিয়নো কিছুমানে এনেধৰণৰ পোচাক পিন্ধি ওলাই আহে যাক দেখি পুৰুষসকলে বেয়া মন্তব্য দিবলৈ কোনো কুণ্ঠাবোধ নকৰে। গতিকে এইক্ষেত্ৰত সকলো নাৰী সংযমী হক্সব লাগে।

          বৰ্তমান সমাজ-ব্যক্টস্থা অতি জটিল। আধুনিকতাৰ পৰশ লাগি সমাজে নিত্য নতুন ৰূপত গতি কৰিছে। এই আধুনিক সমাজত ›তিগৰাকী নাৰীৰে কৰ্তব্য আৰু দায়িত্ব আছে তেওঁলোকে নিজে আগবাঢ়ি যোক্টাৰ লগতে আনকো আগুক্টাই নিয়া উচিত।

— উপাসনা হাজৰিকা

সম্পৰ্কীয় লেখা

Leave a Comment

* By using this form you agree with the storage and handling of your data by this website.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept