সতীৰ্থ - অসমীয়া সাহিত্য অসমীয়া ভাষাৰ এক ই-প্ৰয়াস

শ্ৰীকৃষ্ণৰ নাম সমূহ

১) শ্ৰীকৄষ্ণ

২) শঙ্কৰ

৩) সদাশিব

৪) সনাতন

৫) পীতাম্বৰধাৰী

৬) বিষ্ণু

৭) জিষ্ণু

৮) জনাৰ্দ্দন

৯) গোবৰ্দ্ধনধাৰী

১০) মধুমথন

১১) ঈশ্বৰ

১২) বেণু

১৩) বাদ্যবিশাৰদ

১৪) দেৱ গদাধৰ

১৫) যশোদানন্দন

১৬) নন্দগোপৰ কুমাৰ

১৭) কেশৱ

১৮) কমলানাথ

১৯) প্ৰথম সংহাৰ

২০) ভাস্কৰ

২১) পুণ্ডৰীকাক্ষ

২২) বিভু

২৩) বিশ্বম্ভৰ

২৪) দৈৱকীনন্দন

২৫) হৰি

২৬) নিষ্কিঞ্চন ধন

২৭) বৈকুন্ঠ

২৮) কমলাকান্ত

২৯) নাথ

৩০) নাৰায়ণ

৩১) জয়তু পবিত্ৰ

৩২) পাৰিজাত অপহাৰী

৩৩) বিশ্বমূৰ্তি

৩৪) ৰামচন্দ্ৰ

৩৫) কামন কংসাৰী

৩৬) অনন্ত অচ্যুত

৩৭) অঘাসুৰবিমোচক

৩৮) কিৰিটি-কুণ্ডলধাৰী

৩৯) ত্ৰিপুৰ অন্তক

৪০) শ্ৰীপতি

৪১) পৰম আত্মা

৪২) পুৰুষ উত্তম

৪৩) ত্ৰৈলোক্যতাৰক

৪৪) ত্ৰিনয়ন

৪৫) ত্ৰিবিক্ৰম

৪৬) ৰুক্মিণী ৰমণ

৪৭) জ্ঞান ৰত্নেশ্বৰ গুৰু

৪৮) সত্যভামা-বল্লভ

৪৯) ভকত কল্পতৰু

৫০) চিদানন্দ

৫১) সদানন্দ

৫২) দৈৱকী নন্দন

৫৩) চেতনাজীৱহাৰী

৫৪) বিৰিঞ্চি বন্দন

৫৫) গোবিন্দ

৫৬) গৰুড়ধ্বজ

৫৭) অজন যাদব

৫৮) মধুমোৰ

৫৯) ৰিপুৰাম

৫৯) প্ৰিয়দ

৬০) মাধৱ

৬১) যোগীধ্যানপ্ৰদ

৬২) বলভদ্ৰ প্ৰিয়ানুজ

৬৪) চাৰু

৬৫) ধনশ্যাম

৬৬) চক্ৰপাণি

৬৭) চতুৰ্ভুজ

৬৮) দানৱগঞ্জন

৬৯) নিৰাকাৰ

৭০) নিৰঞ্জন

৭১) হৄষীকেশ

৭২) শিৱ

৭৩) শৌনি

৭৪) শকত

৭৫) ভঞ্জন

৭৬) সৰ্ব্বদেৱময়

৭৭) মহামৄত্যুঅস্তকাৰী

৭৮) বৄষভবিধ্বংসী

৭৯) বিধু বামণ

৮০) বকাৰি

৮১) সুৰবৄক্ষ ব্ৰক্ষ্ম

৮২) বাসুদেৱ

৮৩) বিশ্বেশ্বৰ

৮৪) কালিয়মৰ্দ্দন

৮৫) দেৱ দেৱ দামোদৰ

৮৬) জগত ব্যাপক

৮৭) পুণ্যজনক চৰিত্ৰ

৮৮) জগতজনক জগন্নাথ

৮৯) জিতামৃত

৯০) গোবিন্দ

৯১) অনাথসিন্ধু

৯২) উপেন্দ্ৰ

৯৩) গোপাল

৯৪) জীৱৰ জীৱন বনমালী

৯৫) মহাকাল

৯৬) ভকতবৎসল

৯৭) ক্লেশ -কলুষ-মোচন

৯৮) শ্ৰীবৎসলাঞ্চন

৯৯) কৃষ্ণ

১০০) কমললোচন

১০১) পুৰাণ পুৰুষ

১০২) পুণ্য শ্ৰৱণ-কীৰ্ত্তন

১০৩) দুৰন্ত দয়ালু

১০৪) দেৱ দাৰিদ্ৰ ভঞ্জন

১০৫) পদ্মনাথ

১০৬) শম্ভু

১০৭) বিভু

১০৮) প্ৰভু ভগৱন্ত

আনহাতে অন্য কিছু পুথিত এই নাম সমূহ আৰু নাম কোনে ৰাখিছিল সেয়া এনেদৰে পোৱা যায় –

শ্রীনন্দ – নন্দৰ নন্দন

যশোদা – বাছাধন

উপানন্দ – সুন্দৰ গোপাল

ব্রজবালক – ঠাকুৰ ৰাখাল

সুবল – ঠাকুৰ কানাই

শ্রীদাম – ৰাখাল ৰাজা

ননীচোৰা – যতেক গোপিনী

কালসোনা – ৰাধা-বিনোদিনী

কুজ্বা – পতিত-পাবন হৰি

চন্দ্রাবলী – মোহন বংশীধাৰী

অনন্ত – অন্ত নাপাই

গর্গ – কৃষ্ণ

বনমালী- বনৰ হৰিণী

কন্বমুনি – দেব চক্রপাণী

গজহস্তী – শ্রীমধুসূদন

অজামিল – দেব নারায়ন

পুৰন্দৰ – দেব শ্রীগোবিন্দ

দ্রৌপদী – দেব দীনবন্ধু

সুদাম – দৰিদ্ৰ ভঞ্জন

ব্রজবাসী – ব্রজৰ জীবন

দর্পহাৰী – অর্জ্জুন সুধীৰ

পশুপতি – গৰুড় মহাবীৰ

যুধিষ্ঠি্ৰ – দেব যদুবৰ

বিদুৰ – ঈশ্বৰ

বাসুকি – দেব-সৃষ্টি স্থিতি

ধ্রুবলোক – ধ্রুবৰ সাৰথি

নাৰদ – ভক্ত প্রাণধন

ভীষ্মদেব – লক্ষ্মী-নাৰায়ণ

সত্যভামা – সত্য সাৰথি

জাম্বুবতী – দেব যোদ্ধাপতি

বিশ্বামিত্র – সংসাৰৰ সাৰ

অহল্যা – পাষাণ-উদ্ধাৰ

ভৃগুমুনি -জগতৰ হৰি

পঞ্চমুখ – গান ত্রিপুৰাৰী

কুঞ্জকেশী – বলী সদাচাৰী

প্রহ্লাদ – নৃসিংহ-মুৰাৰী

বশিষ্ঠ – মুনি মনোহৰ

বিশ্ববসু – নব জলধৰ

সম্বর্ত্তক – গোবর্দ্ধনধাৰী

প্রাণপতি – যত ব্রজনাৰী

অদিতি – আৰতি-সুদন

গদাধৰ -যমল-অর্জুন

মহাযোদ্ধা – ভীম মহাবল

দয়ানিধি – দৰিদ্র সকল

বৃন্দাবন-চন্দ্র – বিন্দুদূতি

বিৰজা – যমুনাৰ পতি

বাণী পতি – গুৰু বৃহস্পতি

লক্ষ্মীপতি – সুমন্ত্র সাৰথি

সন্দীপনি – দেব অন্তর্যামী

পৰাশৰ – ত্রিলোকৰ স্বামী

পদ্মযোনী – অনাদিৰ আদি

নট-নাৰায়ন – সম্বাদি

হৰেকৃষ্ণ – প্রিয় বলৰাম

ললিতা -বাদল-শ্যাম

বিশাখা – অনঙ্গমোহন

সুচিত্রা – শ্রীবংশীবদন

আয়ন — ক্রোধ-নিবাৰণ

চন্ডকেশী -কৃতান্ত-শাসন

জ্যোতিষ্ক – নীলকান্ত মণি

গোপীকান্ত -সুদাম

ভক্তগণ – দেব জগন্নাথ

দুর্বাসা – অনাথৰ নাথ

ৰাসেশ্বৰ – যতেক মালিনী

সর্বযজ্ঞেশ্বৰ – শিবানী

উদ্ধব – মিত্র-হিতকাৰী

অক্ৰূৰ – ভব-ভয়হাৰী

গুঞ্জমালী – নীল-পীতবাস

সর্ববেত্তা – দ্বৈপায়ণ ব্যাস

অষ্টসখী – ব্রজৰ ঈশ্বৰ

সুৰলোক – অখিলৰ সাৰ

বৃষভানু – পৰম ঈশ্বৰ

স্বর্গবাসী – সর্ব পৰাৎপৰ

পুলোমা – অনাথৰ সখা

ৰসসিন্ধু – সখী চিত্রলেখা

চিত্রৰথ – অৰাতি দমন

পুলস্ত্য – নয়ন-ৰঞ্জন

কশ্যপ – ৰাস-ৰাসেশ্বৰ

ভাণ্ডাৰীক – পূর্ণ শশধৰ

সুমালী – পুৰুষ প্রধান

পুৰঞ্জন – ভক্তগণ প্রাণ

ৰজকিনী – নন্দেৰ দুলাল

আহ্লাদিনী – ব্রজৰ গোপাল

দেবকী – নয়নৰ মণি

জ্যোতির্ম্ময় – যাজ্ঞবল্ক্য মুনি

অত্রিমুনি – কোটি চন্দ্রেশ্বৰ

গৌতম – দেব বিশ্বম্ভৰ

মৰীচি – অচিন্ত্য-অচ্যুত

জ্ঞানাতীত – শৌনকাদিসুখ

ৰূদ্রগণ – দেব মহাকাল

সুৰগণ – ঠাকুৰ দয়াল

সিদ্ধগণ – পুতনা-নাশ

সিদ্ধার্থ – কপিল তপোধন

ভাদুৰি – অগতিৰ গতি

মৎস্যগন্ধা – ত্রিলোকৰ পতি

শুক্রাচার্য্য – অখিল বান্ধব

বিষ্ণুলোক – দেব শ্রীমাধব

যদুগণ – যদুকুলপতি

অশ্বিনীকুমাৰ – সৃষ্টি-স্থিতি

অর্য্যমা – কাল-নিবাৰণ

সত্যবতী – অজ্ঞান-নাশন

পদ্মাক্ষ – ভ্রমৰী-ভ্রমৰ

ত্রিভঙ্গ – যত সহচৰ

বংকচন্দ্র – শ্রীৰূপমঞ্জৰী

মাধুৰা – গোপী-মনোহাৰী

মঞ্জুমালী – অভীষ্টপুৰণ

কুটিল – মদনমোহন

মঞ্জৰী – কর্ম্মব্রহ্ম-নাশ

ব্রজব – পূর্ণ অভিলাস

1 thought on “শ্ৰীকৃষ্ণৰ নাম সমূহ”

  1. অতি সুন্দৰ, নজনা কথা শিকিলোঁ আৰু আগলৈকো এনেদৰে অনেক কথা শিকিব পাৰিম বুলি আশা কৰিলোঁ।

    Reply

Leave a Comment

error: Content is protected !!