Home চিন্তাশিল্প আমি কিমান শিক্ষিত…

আমি কিমান শিক্ষিত…

by admin
0 comment
satirtha image-23

বিজ্ঞান আৰু ›যুক্তিবিদ্যাই আমাৰ সমাজলৈ নানা পৰিবৰ্তনৰ পথ মুকলি কৰিলে। এই ›যুক্তিবিদ্যাৰ লগত আমাৰ সমাজৰ লোকসকলে নিজকে শিক্ষিত বুলি পৰিচয় দি আগবাঢ়ি গৈছে। কিন্তু এই শিক্ষিত সমাজখনত যিবোৰ ঘটনা সংঘটিত হৈছে এইবোৰৰ পৰা আমি নিজকে শিক্ষিত বুলি পৰিচয় দিয়াৰ ক্ষেত্ৰত উপযোগী যেন লাগে জানো· এতিয়াও আমাৰ এই শিক্ষিত সমাজখনত ডাইনী হত্যা, সাম্প্ৰদায়িক সংঘৰ্ষ, কন্যাশিশু বধ, নাৰী শোষণ, ধৰ্ষণ ইত্যাদিৰ দৰে ঘটনাবোৰ সংঘটিত হৈ আছে।

          আমি যে শিক্ষিত হৈছো সেইটো মিছা নহয়, কিন্তু আমি শিক্ষিতৰ নামত কেক্টল ডি¢ী লোক্টাতহে গুৰুত্ব দিছো। ›কৃত শিক্ষিত হক্সবলৈ আমি কেতিয়াও যত্ন কৰা নাই। আমাৰ সমাজখনত এতিয়া যুক্টশক্তিটো শিক্ষিতৰ নামত বিপথে পৰিচালিত হৈছে। বহু শিক্ষিত যুক্টকে নিজৰ পিতৃ-মাতৃক আমাৰ সমাজত হত্যা কৰাৰ অনেক উদাহৰণ আছে। যৌতুকৰ নামত এতিয়াও বহু শিক্ষিত যুক্টকে অথবা ব্যক্তিয়ে নাৰীক জ্বলাই দিয়ে। অন্ধবিক্টাসৰ বলি হৈ বহুলোকক ডাইনী সজাই হত্যা কৰে। বহু সন্তানে নিজৰ পিতৃ-মাতৃক বৃদ্ধাশ্ৰমত ৰাখে। নিজৰ কামৰ বাবে তেওঁলোকে বৃদ্ধাশ্ৰমত ৰাখিব পাৰে; কিন্তু বৃদ্ধাশ্ৰমত ৰাখিয়েই যে নিজৰ দায়িত্ব আৰু কৰ্তব্য শেষ বুলি ভাক্টে।

          আমি মনত ৰখা উচিত যে আমি তৃতীয় বিক্টৰ দেশৰ নাগৰিক। আমি অসমীয়া সমাজত বাস কৰা মানুহ। এতিয়াওঁ আমাৰ সমাজখন ব্যক্তিকেন্দ্ৰিক হৈ যোক্টা নাই। অসমীয়া সমাজখনত এতিয়াও পিতৃ আৰু মাতৃক ভগক্টানৰূপে জ্ঞান কৰা হয়।

          আমি শিক্ষিতৰ নামত আমাৰ কৃষ্টি-সংস্কৃতি ধ্বংস কৰা উচিত নহয়। খুৰা, মাহী, মামা, মা, দেউতা ইত্যাদি মধুৰ শব্দবোৰ থাকোতে আমি বিদেশী শব্দ ব্যক্টহাৰ কৰি নিজকে শিক্ষিত বুলি পৰিচয় দিওঁ। ভাষা শিকাতো বেয়া কথা নহয়। আমাৰ জীক্টনটো চলাই নিবৰ বাবে বিভিন্ন ভাষা জনা ›য়োজন; কিন্তু ভাষা শিকাৰ নামত আমি আমাৰ ভাষাটো ধ্বংস কৰা উচিত জানো·

          আমি শিক্ষিত হৈছো কেক্টল ডি¢ী লক্সবলৈ, ভাল কাম এটা পাবলৈ আৰু নিজকে অত্যাধুনিক বুলি পৰিচয় দিবলৈ। আমি শিক্ষিত হৈ আমাৰ কৃষ্টি-সংস্কৃতি, আমাৰ সমাজ-ব্যক্টস্থা আৰু অন্ধবিক্টাসবোৰ আঁতৰ কৰিবৰ বাবে চেষ্টা কৰিব লাগে।

— প্ৰিয়ংকা বৰা

সম্পৰ্কীয় লেখা

Leave a Comment

* By using this form you agree with the storage and handling of your data by this website.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept